বহাগতেই বিচাৰ কৰি চাওঁ শ্ৰেষ্ঠসকলক
ফটো উৎস- ৱিকিপিডিয়া। একমাত্ৰ ‘দৈনিক চুটি বুদ্ধি’ক বাদ দি সকলো কাকত-আলোচনী আৰু More...
ধোদৰ আলিৰ দৰে একে ৰাতিত নদীবান্ধ বনাব মুখ্যমন্ত্ৰীয়ে
এই গোটেই কাৰ্য্যটোৰ লগত এটা সৰু ঘটনা জড়িত হৈ আছে। ঘটনাটো আগবাঢ়িছিল More...
কৃষিমন্ত্ৰীৰ অভিনৱ ব্যৱস্থা
এই ঠাণ্ডাৰ দিনবোৰত কোনোবাদিনা আপুনি বাথৰুমৰ চাৱাৰটো খুলি গাত পানী More...
চাহক ৰাজ্যিক পানীয় ঘোষণাৰ আৰঁত ৰাজনৈতিক প্ৰৱঞ্চনাঃ গগৈ
আজি গুৱাহাটীত অনুষ্ঠিত এক বিশেষ সংবাদমেলত চাহক ৰাজ্যিক পানীয় হিচাপে ঘোষণা More...
বহাগতেই বিচাৰ কৰি চাওঁ শ্ৰেষ্ঠসকলক
ফটো উৎস- ৱিকিপিডিয়া। একমাত্ৰ ‘দৈনিক চুটি বুদ্ধি’ক বাদ দি সকলো কাকত-আলোচনী More...
অসমৰ আটাইতকৈ দুখীয়া পাঁছখন গাওঁ
আমাৰ অসমতো সঘনাই বিভিন্ন সমীক্ষা চলোৱা দেখা যায়। এই সমীক্ষাবোৰৰ অধিক More...
বহাগতেই বিচাৰ কৰি চাওঁ শ্ৰেষ্ঠসকলক
একমাত্ৰ ‘দৈনিক চুটি বুদ্ধি’ক বাদ দি সকলো কাকত-আলোচনী আৰু নিউজ চেনেলে ইংৰাজী নতুন বছৰত কিছুমান তালিকা...
‘নতুন বছৰ’ত কৰুণাধাৰালৈ এহেজাৰ টকাকৈ দিব অসমৰ সমূহ অধ্যাপকে
বেলিটো পশ্চিমত উদয় হওঁ হওঁ! কিন্তু গোটেই পৃথিৱীখনৰে অনিষ্ট হ’ব বুলিহে বেলি বাবাই সেই কামটো কৰি...
পৰিসংখ্যাবিদৰ মন্তব্য:- বিশ্বত কেৱল ত্ৰিশটা ভাষা থাকিলেও অসমীয়াটো থাকি যাব
উইণ্ডজ ৭ (Windows 7) আৰু উইণ্ডজ ভিস্তা (Windows Vista) অপাৰেটিং চিষ্টেম ব্যৱহাৰকাৰীয়ে control panel ৰ পৰা input...
গছত কঠাল ওঁঠত তেল, নৌ পকোতেই চেল বেল
কঠাল গছত কঠাল পকিছেনে নাই সেয়া চাবলৈ ওঁঠত অলপ তেল ঘঁহি যাব লাগে। কাৰণ, গছত উঠি কঠাল বিচাৰোঁতে যদি সঁচাকৈয়ে..আধুনিক জতুৱা ঠাঁচ
১) নাওঁ চলাই লাগিছে ভাগৰ জাহাজ চলাবলৈ যাওঁ। ২) নোৱাৰো কিনিব কলটো কিনি আনিলো মোবাইলটো ৩) মোবাইল আছে পকেটত দুটা আবেলি..টেট পৰীক্ষাৰ আদৰ্শ প্ৰশ্নাৱলী
আজিকালি সকলোতে টেট। টেট টেটকৈ সকলোৱে চিঞৰি থকাৰ গইনা লৈ য’তে ত’তে যাৰে মন গৈছে টেটৰ কচিং চেন্টাৰ খুলি দিছে, যাৰে..স্বাধীন অসমৰ দিশত তিনিখোজ
তিনিমাহৰৰ পূৰ্বে শিক্ষামন্ত্ৰীয়ে এটা ‘বক্তিগত বাতৰি চেনেল’ৰ অযুক্তিকৰ নামৰ অনুস্থান এটাত জনাইছিল যে এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে AIIMS হ’বলৈ আশা নকৰে,..অসমত স্থাপিত হ’ব ওলোমা চিকিৎসালয়
শেহতীয়া বিদেশ ভ্ৰমণত বহু নতুন কথা শিকিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আগতে নেদেখা বহু বস্তুও দেখিলে তেওঁ। এই অভিজ্ঞতাক সাৰথি কৰিয়েই..
২০১৪ চনত জ্ঞানপীঠ বঁটা
সাহিত্যপ্ৰেমীৰ বহু প্ৰতীক্ষাৰ অন্ত পেলাই, অশেষ প্ৰচেষ্টা আৰু উদ্যম আহৰণৰ অন্তত ২০০৮ চনৰ জ্ঞানপীঠ বঁটা ভাৰতীয় জ্ঞানপীঠে ১৮/০৯/২০১১ তাৰিখে অমিতাভ বচ্চনৰ..
মৰমৰ গাৰ্লফ্ৰেণ্ড
সন্ধিয়া চাৰিআলিৰ চুক এটাত ৰৈ ডেকা এটাই কান্দি আছে। তাৰ কলেজৰ লেকচাৰ এটাই আহি দেখি সুধিলে- “ঐ তই কিয় কান্দিচ?” “চাৰ,..
মই কোন
১) মই হ’লো এজন বিধায়ক কাম মোৰ নাই একো ফুটনিত মোৰ ফুলি খাকে বুকু ৰাইজৰ টকা খোৱাই মোৰ কাম কিন্তু দিনে..
























